সুকন্যা : শ্মশানবন্ধু ধৃতিমালা ডেকাৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
সোঁতৰ বিপৰীতে যোৱা এগৰাকী ব্যতিক্রমী মহিলা গুৱাহাটীৰ ধৃতিমালা ডেকা৷ মহানগৰীৰ চেনীকুঠিত জন্মগ্রহণ কৰা ধৃতিমালা ডেকা সম্প্রতি শ্মশান বন্ধু হিচাপে সমগ্র অসমতে পৰিচিত হৈ পৰিছে৷ আত্মীয়ক হেৰুৱাই অসহায় হৈ পৰা অসংখ্য পৰিয়ালৰ মৃত লোকৰ শৱদেৱ সৎকাৰত সহায় কৰি দেৱদূতৰ ভূমিকাত অৱতীর্ণ হোৱা ধৃতিমালা ডেকাই এইপর্যন্ত…
Read More...