নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

সুকন্যা

সুকন্যা : অন্ধকাৰ পৃথিৱীত আশাৰ পোহৰ ডালিমী ৰাজবংশী

দিগন্ত শর্মা এখন ব্যতিক্রমী পাণদোকান৷ য’ত গ্রাহকে নিজেই সামগ্রী ল’ব লাগিব, সামগ্রীৰ বিনিময়ত ধন দি যদি ওভতাই পাবলগীয়া থাকে, সেয়াও দোকানৰ গৰাকীৰ টকা থোৱা ঠাইৰ পৰা গ্রাহকজনেই ল’ব লাগিব৷ কেতিয়াবাহে হয়তো দোকানৰ গৰাকীয়ে গ্রাহকক এটকা, দুটকা বা পাঁচটকীয়া মুদ্রা ঘূৰাই দিব পাৰে সেই দোকানখনত৷ পাণ–তামোল, চিপ্ছ, বিসুকট, চকলেট, পাণমচলা আদিকে ধৰি বিভিন্ন সামগ্রী…
Read More...

সুকন্যা : অসমৰ প্রথম মহিলা পাইলট ধীৰা চলিহা হাজৰিকা

পঞ্চাশৰ দশকতে অদম্য হেঁপাহেৰে আকাশত উৰাজাহাজ উৰুৱাইছিল এগৰাকী অসমীয়া যুৱতীয়ে৷ আজিৰ প্রেক্ষাপটত এয়া সাধাৰণ হ’লেও সেই…

ডিব্রুগড়ৰ ৰুণা ৰফিকৰ চাংসাৰিত স্বাৱলম্বনৰ সংগ্রাম

উৎপল কুমাৰ কলিতা অসম মাংস উৎপাদনৰ অন্যতম লাভজনক উদ্যোগ হিচাপে চিহ্ণিত হৈছে৷ যদিও অসমত মাংসৰ যথেষ্ট চাহিদা আছে তাৰ…

তিনিচুকীয়াৰ মন্দিৰা বৰুৱাৰ জীৱন গঢ়াৰ সংগ্রামী যাত্রা

অলকানন্দা শ্রীকুমাৰী কাকতী মন্দিৰা বৰুৱা৷ তিনিচুকীয়া চহৰৰ সকলোৰে বাবে এটা পৰিচিত নাম৷ সকলোৱে চিনি পায় তেওঁক৷…

প্লাজমাৰ সহায়ত চলিছে বিকল্প শক্তি আহৰণৰ অভিযান ড০ জয়ন্তী চুতীয়াৰ

প্লাজমা পদার্থ বিজ্ঞান ক্ষেত্রখনৰ সৈতে যুক্ত এগৰাকী অসম কন্যা৷ দেশৰ লগতে জাপান, জার্মানীকে ধৰি বিশ্বৰ কেইবাখনো…