‘কিলাৰ’ ডাম্পাৰৰ খুন্দাত দুই স্কুটী আৰোহীৰ মৃ*ত্যু
🔹 মহানগৰীৰ লালমাটিত সন্ধিয়া ভয়াৱহ পথ দুর্ঘটনা
বিশেষ বার্তা, ১০ এপ্রিল : মহানগৰীৰ ৰাজপথত ‘কিলাৰ’ ডাম্পাৰৰ দৌৰাত্ম্যই কালি প্রাণ কাঢ়িলে দুই স্কুটী আৰোহীৰ৷ এই ভয়ংকৰ পথ দুর্ঘটনাটো সংঘটিত হয় লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত৷ সন্ধিয়া প্রায় ৭.২০ বজাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাটো সন্দর্ভত জানিব পৰা মতে, লালমাটিৰ দিশৰ পৰা গেমছ ভিলেজৰ ফালে ৰাষ্ট্রীয় ঘাইপথ…
Read More...