কুটুম্ব সুৰক্ষা পৰিষদ-ৰ উদ্যোগ, বটদ্ৰৱাত সূত্ৰধাৰ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন
বটদ্ৰৱাত সূত্ৰধাৰ শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক-আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন কুটুম্ব সুৰক্ষা পৰিষদ-ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে' : অসমৰ অগ্ৰণী সামাজিক-আধ্যাত্মিক-সাংস্কৃতিক সংগঠন "কুটুম্ব সুৰক্ষা পৰিষদ"-য়ে বিগত তিনি বৰ্ষৰ দৰে এইবেলিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতি…
Read More...