পৰ্যটন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ডিচেম্বৰঃ পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰথমবাৰৰ বাবে বিভাগৰ অধীনৰ পৰ্যটন সঞ্চালকালয় আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়ন কৰি থকা বিভিন্ন কাৰ্যসূচী তথা আচঁনিৰ বিস্তৃত পৰ্যালোচনা কৰি বিভাগীয় বিষয়াসকলক অসম পৰ্যটনক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰি দেশী-বিদেশী আৰু অধিক পৰ্যটকক আকৰ্ষিত কৰাৰ…
Read More...