অসম কন্যা কিউ চেং হান ফুকনৰ বিশ্ব ৰেকৰ্ড, হলগুৰিত উষ্ম সম্বৰ্ধনা
ডিজিটেল ডেস্ক, ৯ মে' : অসমৰ বাবে গৌৰৱৰ খবৰ। আৰব সাগৰত মুম্বাইৰ এলিফেণ্টা দ্বীপৰ পৰা গেটৱে’ অৱ ইণ্ডিয়ালৈ প্রায় ১৩ কিলোমিটাৰ সাগৰীয় জলপথ সাঁতুৰি অতিক্ৰম কৰি বিশ্বৰ সর্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে নতুন ৰেকৰ্ড গঢ়িছে অসম কন্যা কিউ চেং হান ফুকনে। ইয়াৰ উপৰি পাক প্ৰণালীত ৰীলে সাঁতোৰতো উজলিছে এই কণমানি সাঁতোৰবিদগৰাকী। শুকুৰবাৰে নিজ গৃহ অঞ্চল হলগুৰিত কিউ চেং…
Read More...