ঘিলামৰাত বিলাসী বাহনত অহা দুৰ্বৃত্তই কাঢ়ি নিলে কাকতৰ টোপোলা
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : আপুনি হয়তো বিভিন্ন সামগ্ৰী চুৰি কৰাৰ খবৰ প্ৰায়েই পাই থাকে। কিন্তু এইবাৰ ঘিলামৰাত পুৱতিনিশাই দুৰ্বৃত্তই কাঢ়ি লৈ গ'ল বহুল প্ৰচাৰিত দৈনিক বাতৰি কাকত 'নিয়মীয়া বাৰ্তা'ৰ কেইবাটাও টোপোলা। বুধবাৰে কাহিলিপুৱা সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ঘিলামৰাস্থিত দেৱ বুক ষ্টল নামৰ কাকত বিক্ৰেতা প্ৰতিষ্ঠানটোৰ সন্মুখৰ পৰাই এখন…
Read More...