উথপথপ কামাখ্যা মন্দিৰ, দেৱীৰ আশিস ল’বলৈ লোকাৰণ্য নীলাচল
নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ -ত চলি আছে অম্বুবাচী মহাযোগ। ইতিমধ্যে তিনিটা দিন অতিক্রম কৰিলে এই মহাযোগে৷ দেশৰ ৫১খন শক্তিপীঠৰ অন্যতম নীলাচল পাহাৰৰ কামাখ্যা ধাম৷ দেৱী কামাখ্যাৰ আশিস ল’বলৈ অগণন ভক্তপ্রাণ ৰাইজে কামাখ্যা ধামত ভিৰ কৰিছে।
উল্লেখ্য যে দেৱীৰ আশিস ল’বলৈ নামনি কামাখ্যাৰ পৰা পদব্রজে ভক্ত–দর্শনার্থীসক কামাখ্য ধামলৈ যাত্রা আৰম্ভ কৰে৷ আস্থা আৰু…
Read More...