দাম কমিল ম’বাইল-চিকিৎসা সঁজুলিৰ, আৰু কিহত কমিব দাম, জানক…
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। একেৰাহে ৮মবাৰৰ বাবে বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আমি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। ইয়াক আকাংক্ষাৰ বাজেট আখ্যা দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সকলো শ্ৰেণীৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। বাজেটত কোনবোৰ…
Read More...