আকৌ অশান্ত মণিপুৰ
পুনৰ বর্ণনাতীতভাৱে অশান্ত–অস্থিৰ হৈ পৰিছে মণিপুৰ৷ ১৭ মাহ ধৰি গোষ্ঠী সংঘাতত দগ্ধ ৰাজ্যখনত শেহতীয়াকৈ গোষ্ঠীবিদ্বেষে নতুন উচ্চতাত আৰোহণ কৰিছে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ ৰাজ্য চৰকাৰে সমগ্র ইম্ফল উপত্যকাত সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছে৷ ইণ্টাৰনেট সেৱা কর্তন কৰিবলগীয়া হৈছে৷ জনসাধাৰণৰ মাজত বিশ্বাস, আস্থা আৰু নিৰাপত্তাৰ পৰিৱেশ পুনৰ সৃষ্টি কৰিবলৈ সেনা…
Read More...