কংগ্রেছৰ খঁক, বিৰোধীৰ খং
নির্বাচন নাথাকিলে বা নাহিলে অসমত বিৰোধী ঐক্য গঠন হয় আৰু নির্বাচন আহিলে বা ঘোষণা হ’লে থানবান হয় সেই ঐক্যমঞ্চ৷ শেহতীয়াকৈ ৰাজ্যখনত সম্পন্ন ৫টা বিধানসভা সমষ্টিৰ উপ–নির্বাচনক ইয়াৰ উজ্জ্বল নিদর্শন বুলি ক’লে একো বঢ়াই কোৱা নহয় বুলি ক’ব পাৰি৷ উপ–নির্বাচনৰ সময়সূচী ঘোষণাৰ পূর্বলৈকে বিৰোধী শিবিৰৰ মুখে মুখে বিৰোধী ঐক্যৰ কথা আখৈ ফুটা দি ফুটিছিল৷ মানুহৰ মাজত এনে…
Read More...