সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা
প্রযুক্তিবিদ্যাৰ শেহতীয়া সংযোজন কৃত্রিম বুদ্ধিমত্তাই এতিয়া দৈনন্দিন জীৱনতো প্রৱেশ কৰিছে আৰু এই প্রৱেশে পৰম্পৰাগতভাৱে চলি অহা ভালেমান সৃষ্টি আৰু কর্ম প্রক্রিয়াক উন্নত ৰূপ দিবলৈ সক্ষম হৈছে৷ কিছুদিন আগলৈকে কৃত্রিম বুদ্ধিমত্তা গৱেষণাগাৰৰ বিষয় আছিল আৰু তেতিয়ালৈকে ‘এআহ’ৰ বিষয়ে সাধাৰণ লোকৰ বিশেষ মনযোগ নাছিল৷ কিন্তু চাট জিপিটিৰ সহজ আৰু সৰল ব্যৱহাৰ আৰু ইয়াৰ…
Read More...