সম্পাদকীয় : পূজা আৰু প্রকৃতিৰ সুৰক্ষা
ভিন্ন ধর্মাৱলম্বী লোকৰ দেশ ভাৰতত বছৰৰ ভিন্ন সময়ত ভিন্ন উৎসৱ–নুষ্ঠান আয়োজন কৰা হয়৷ কিন্তু প্রকৃতিৰ ওপৰত এই উৎসৱসমূহৰ প্রভাৱ অতিকৈ ভয়াৱহ৷ বিশেষকৈ পূজাৰ প্রতিমা নদীত বিসর্জনৰ পৰম্পৰাই জল প্রদূষণত অৰিহণা যোগায়৷ ইতিমধ্যে দুর্গাপূজাৰ প্রতিমা ষষ্ঠীৰ বেদীত স্থাপন কৰা হ’ল৷ পূজাৰ উপকৰণ ৰূপে বৃহৎ পৰিমাণৰ ফুল, পাত, ঘি, প্লাষ্টিক আৰু এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰা…
Read More...