শৰীৰ চৰ্চাৰ প্রয়োজনীয়তা
স্বাস্থ্যই পৰম ধন...৷ অতীত কালৰে পৰা এই কথাশাৰী আমাৰ সমাজত প্রচলিত হৈ আহিছে৷ মানুহৰ জীৱনত অজস্র ধন–ঐশ্বর্য থাকিব পাৰে, কিন্তু সেই সকলোবোৰ ক্ষণস্থায়ী৷ ইয়াৰ বিপৰীতে স্বাস্থ্য এনে এক সম্পদ, যিয়ে মানুহৰ জীৱন কৰি তোলে সর্বাংগসুন্দৰ আৰু শাশ্বত৷ সেইবাবেই হয়তো স্বাস্থ্যক পৰম সম্পদ বুলি কোৱা হয়৷ অতীত কালত ঋষি–মুনিসকলে প্রতিকূল পৰিৱেশৰ মাজত থাকিও যোগাভ্যাস…
Read More...