পৃথিৱীৰ ভৱিষ্যৎ
গোলকীয় উষ্ণতা অভাৱনীয় জলবায়ু পৰিৱর্তনৰ মূল কাৰক হৈ পৰিছে৷ যিয়ে পৃথিৱী গ্রহৰ ভৱিষ্যতলৈ নমাই আনিছে নানা অশনি সংকেত৷ শেহতীয়াকৈ ঘটা কেইবাটাও পৰিঘটনাই গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱর্তনে কি ৰূপ ধাৰণ কৰিছে, তাৰ বাস্তৱ ছবিখন স্পষ্ট ৰূপত প্রকট কৰি তুলিছে৷ আমেৰিকাৰ নেচনেল ছায়েন্স ফাউণ্ডেচনৰ গ্রীনলেণ্ড ছামিট ষ্টেচনৰ তথ্য অনুসৰি যোৱা ১৪ আৰু ১৫ আগষ্টত হোৱা…
Read More...