নির্বাচনী ৰণডংকা
আগন্তুক অষ্টাদশ লোকসভা নির্বাচনৰ সময়সূচীৰ আনুষ্ঠানিক ঘোষণা নৌহওঁতেই শনিবাৰে প্রথমখন প্রার্থীৰ তালিকা ঘোষণা কৰে শাসকীয় বিজেপিয়ে৷ প্রথমখন তালিকাত অসমৰ মুঠ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত শাসকীয় দলটোৱে প্রতিদ্বন্দ্বিতা কৰিব বিচৰা ১১টা সমষ্টিৰ প্রার্থীকে ধৰি দেশৰ ১৯৫টা সমষ্টিৰ মনোনীত প্রার্থীৰ তালিকা ঘোষণা কৰা হৈছে৷ প্রথম তালিকাখনত দেশৰ ১৬খন ৰাজ্যৰ আৰু দুখন…
Read More...