পশ্চিম এছিয়াৰ অশান্তি
পশ্চিম এছিয়াৰ শান্তি প্রক্রিয়া দীর্ঘস্থায়ী হ’বনে? পুৰণি ইতিহাস বিশ্লেষণ কৰি ৰাজনৈতিক বিশ্লেষকসকলে আজিৰ মুহূর্তত এই প্রশ্ণৰে অৱতাৰণা কৰিছে৷ শেহতীয়াকৈ ইজৰাইল আৰু পেলেষ্টাইনৰ গাজা ষ্ট্রীপৰ শাসনত থকা বিদ্রোহী সংগঠন হামাছৰ মাজত চলা ৰক্তক্ষয়ী সংঘর্ষৰ পাছত উভয় পক্ষই যুদ্ধ বিৰতিৰ প্রতি সহমত পোষণ কৰিছে যদিও দীর্ঘদিনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্রত…
Read More...