তিৱা পৰিষদৰ নির্বাচন
বিটিচি নির্বাচন সমাপ্ত হ’ল৷ প্রমোদ বডোৰ নেতৃত্বত ইড পি পি এল, বিজেপি আৰু জি এছ পিৰ মিত্রজোঁট পৰিষদীয় চৰকাৰখনে শপতগ্রহণো কৰিলে৷ পৰিষদীয় নির্বাচনটোৰ প্রায় সমান্তৰালকৈ তিৱা স্বায়ত্তশাসিত পৰিষদত নির্বাচনী প্রচাৰ আৰম্ভ হৈছিল৷ বৃহস্পতিবাৰে ভোটগ্রহণ সম্পন্ন হ’ল৷ আশা কৰাৰ দৰে বুজনসংখ্যক ভোটাৰে পুৱাৰে পৰা ভোটকেন্দ্রত শাৰীপাতি ডছৱমুখৰ পৰিৱেশত নিজৰ নিজৰ…
Read More...