শিখৰ ধাৱনক ডাঙৰ সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ শিখৰ ধাৱনক ডাঙৰ সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। ডিবি ডিক্সন বেটাৰী নামৰ এটা কোম্পানীয়ে শিখৰ ধাৱনৰ ব্ৰেণ্ড মূল্য ব্যৱহাৰ কৰি সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে বেটাৰী কোম্পানীটোৰ বিজ্ঞাপন আৰু সামগ্ৰীত শিখৰ ধাৱনৰ ছবি ব্যৱহাৰ কৰাত…
Read More...