নলবাৰী ৰাস : ২১-২৭ নৱেম্বৰলৈ ১০টা নাট্যদলৰ ভ্ৰাম্যমাণৰ নাট্যযুদ্ধ
নলবাৰী হৰি মন্দিৰৰ পৰা বীৰেন কলিতা, ৭ নৱেম্বৰঃ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাঙ্গণত ১৯৩৩ চনৰ পৰা নিৰবিচ্ছিন্নভাবে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰি আহিছে শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিয়ে। এই বৰ্ষত ৯১তম্ বৰ্ষ হিচাপে অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ১৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ৰাস মহোৎসৱ। ১৫ নৱেম্বৰত ৯১তম্ ৰাস মহোৎসৱ…
Read More...