ৰাজ্যত JEৰ ভয়ংকৰ ৰূপ : GMCHত ৩৪ আক্রান্ত চিকিৎসাধীন
ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছ (জেই)–এ৷ বিগত বর্ষতকৈ ৬৫ শতাংশ লোক আক্রান্ত হৈছে এই ৰোগত৷ অতিপাত জ্বৰ, মূৰৰ বিষ, বমি, মানসিক অস্থিৰতা হৈছে এই ৰোগৰ কাৰক৷ উদ্বেগজনক হৈ পৰা জেইক লৈ স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা গ্রহণ কৰিছে যদিও বিশেষ সফলতা লাভ কৰা নাই৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত জেইত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে…
Read More...