মেগা ইভেণ্টত ৭৩৯ কোটিৰ লোকচান, আঁৰত বিচিচিআই
নিউজ ডেস্ক, ১৭ মাৰ্চঃ ২৯ বছৰৰ অপেক্ষাৰ অন্তত পাকিস্তানে আইচিচি প্ৰতিযোগিতা আয়োজন কৰাৰ সুযোগ পালে। আনকি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) নিজেই ভবা নাছিল যে চেম্পিয়নছ ট্ৰফী ২০২৫ প্ৰতিযোগিতাখনে ‘দেউলিয়া’ কৰি তুলিব। হয়, আপুনি ঠিকেই শুনিছে, চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানৰ ক্ষতি হৈছে ৭৩৯ কোটি টকা। ভাৰতীয় ক্ৰিকেট দলটোও এই পৰাজয়ৰ এটা ডাঙৰ কাৰণ।…
Read More...