ভাৰতত ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল বাংলাদেশৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ বাংলাদেশ চৰকাৰে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল কৰিছে৷ মধ্যপ্রদেশৰ নেচনেল জুডিচিয়েল একাডেমী আৰু ষ্টেট জুডিচিয়েল একাডেমীত অহা ১০ ফেব্রুৱাৰীত আৰম্ভ হ’বলগীয়া ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰে৷ বাংলাদেশ চৰকাৰে আইন মন্ত্রালয়ে এক…
Read More...