গাজাত ইজৰাইলৰ বোমাবর্ষণত নিহত হামাছৰ কমাণ্ডাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ এইবাৰ ইজৰাইলী বিমান আক্রমণত নিহত হ’ল পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ অন্যতম শীর্ষনেতা আব্দ আল–হাদি ছাবা৷ এই দাবী কৰিছে ইজৰাইলে৷ ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত সংঘটিত আক্রমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল ছাবা৷ ইজৰাইলৰ সেনা সূত্রই সদৰী কৰা অনুসৰি হামাছৰ এলিট বাহিনী ‘নুখবা’ৰ অন্যতম শীর্ষ কমাণ্ডাৰ আছিল ছাবা৷…
Read More...