কাশ্মীৰৰ পৰা বিতাড়িত হোৱাৰ আশংকা ৩০০ মহিলাৰ
🔹 নথি অবিহনেই উপত্যকাৰ বাসিন্দা !
বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : দেশ নাই, বৈধ প্রমাণ–পত্র তথা ভ্রমণ নথি নাই, আছে মাথোঁ কাশ্মীৰৰ বাসিন্দাসকলৰ সৈতে বিয়াৰ পৰিচিতি৷ জম্মু–কাশ্মীৰ চৰকাৰৰ বিদেশী সম্পর্কীয় নতুন নীতিৰ বাবে আশংকাত পৰিছে ৩০০ মহিলা৷ শেহতীয়াকৈ বিত্ত আয়ুক্ত আৰু অতিৰিক্ত মুখ্য সচিব (গৃহ) আৰ কে গোৱেলৰ নেতৃত্বত ৬ সদস্যৰ কমিটী গঠন কৰিছে জম্মু–কাশ্মীৰ…
Read More...