কাৰাগাৰৰ পৰা পলায়ন ডেৰ সহস্রাধিক বন্দীৰ, নিহত ৩৩
নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : আফ্রিকান ৰাষ্ট্র মোজাম্বিকত নির্বাচনৰ বিতর্কিত ফলাফলক লৈ ৰাজনৈতিক অস্থিৰতা চলি থকাৰ মাজতে ৰাজধানী মাপুটোৰ এখন কাৰাগাৰৰ পৰা ডেৰ সহস্রাধিক বন্দীয়ে পলায়ন কৰিছে৷ অস্থিৰতাৰ সুযোগ লৈ এই বন্দীসকলে পলায়ন কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে৷ আৰক্ষী মুৰব্বী বার্নাৰডিনো ৰাফেলে সংবাদ সংস্থাক জনোৱা অনুসৰি, কাৰাগাৰখনত বন্দী আৰু ৰক্ষীৰ মাজত…
Read More...