আমেৰিকা অভিমুখী বিশাল ধূলি ধুমুহা ‘গডজিলা’
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ আফ্রিকাৰ ছাহাৰা মৰুভূমিৰ পৰা প্রায় ৫ হাজাৰ মাইল দূৰত্ব অতিক্রমী আমেৰিকা অভিমুখে আহি আছে এক বিশাল ধূলি ধুমুহা৷ প্রতি বছৰি গ্রীষ্মকালত আটলাণ্টিকৰ আকাশলৈ এনেদৰে আহে আফ্রিকাৰ ছাহাৰাৰ উপকণ্ঠীয় অঞ্চলৰ পৰা ধূলিৰ ধুমুহা৷
কিন্তু চলিত বছৰত হ’বলগীয়া এই ধূলি ধুমুহাই বিগত ৫০ বছৰৰ অভিলেখ ভংগ কৰিব বুলি আশংকা কৰা হৈছে৷ ইতিমধ্যে এই ধূলি…
Read More...