আমষ্টাৰডামত মহাত্মা গান্ধীৰ প্রতিমূর্তি লণ্ডভণ্ড
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ নেদাৰলেণ্ডৰ ৰাজধানী আমষ্টাৰডামত দুষ্কৃতিকাৰীয়ে মহাত্মা গান্ধীৰ প্রতিমূর্তি এটা ভাঙি–ছিঙি লণ্ডভণ্ড কৰে৷ এফ্র’ আমেৰিকান জর্জ ফ্লয়েডক আৰক্ষীয়ে হত্যা কৰাৰ প্রতিবাদত আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা সমগ্র বিশ্বলৈ বিয়পি পৰা প্রতিবাদী কার্যসূচীৰ অংশ হিচাপে দেশখনৰ ৰাজধানী চহৰখনত হোৱা প্রতিবাদৰ সময়তে একাংশ লোকে চার্চিলানত থকা মহাত্মা…
Read More...