ৰাছিয়াৰ বায়ুসেনাই লাভ কৰিব ছুপাৰছ’নিক ছু–৩৪ বিমান
নিয়মীয়া বাৰ্তা, ১০জুনঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণে ৰাছিয়াত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও সামৰিক ক্ষেত্রত আধুনিকীকৰণৰ কোনো কার্যত বাধা আহি পৰা নাই দেশখনত৷ শেহতীয়াকৈ দেশখনত বায়ুসেনাক ২০খন ছুপাৰছ’নিক ছুখই–৩৪ অর্থাৎ ছু–৩৪ বিমান প্রদান কৰাৰ যো–জা চলিছে৷ এই নতুন ছু–৩৪ বিমানত থাকিব অত্যাধুনিক সুবিধা আৰু পূর্বৰ যুদ্ধ বিমানতকৈ ই হ’ব অধিক শক্তিশালী৷…
Read More...