মার্কিন যুক্তৰাষ্ট্রৰ পক্ষ নল’বলৈ ভাৰতক পৰামর্শ বেইজিঙৰ
নিয়মীয়া বার্তা, ২ জুনঃ ক’ভিড–১৯ মহামাৰীক লৈ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত চলি থকা উত্তেজনাৰ সময়তে ভাৰতক এই দণ্ডত অংশ নল’বলৈ আহ্বান জনাইছে চীনে৷ আনকি মার্কিন যুক্তৰাষ্ট্রৰ পক্ষ নল’বলৈ স্পষ্ট ৰূপত ভাৰতক পৰামর্শ আগবঢ়াইছে বেইজিঙে৷
উল্লেখ্য যে ক’ৰোনা ভাইৰাছ লেবৰেটৰীৰ পৰা চীনে বিশ্বলৈ বিয়পাই দিয়া বুলি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অভিযোগ…
Read More...