দুবিধ ঔষধেৰে আৰোগ্য ক’ৰোনা ৰোগী !
নিয়মীয়া বাৰ্তা, ১৯ মে’: বিশ্বজুৰি ক’ভিড–১৯ ৰোগীক আৰোগ্য কৰাৰ ক্ষেত্রত ঔষধক লৈ চর্চা চলি থকাৰ মাজতে দুবিধ ঔষধৰ সংমিশ্রণেৰে আৰোগ্য কৰিব পাৰি বুলি দাবী কৰিছে বাংলাদেশৰ চিকিৎসকৰ দলে৷
দেশখনৰ এটা চিকিৎসকৰ দলে চলোৱা এটা গৱেষণাত ৬০ গৰাকী ক’ভিড–১৯ ৰোগীক দুবিধ ঔষধৰ সংমিশ্রণেৰে শুশ্রূষা কৰাত আৰোগ্য লাভ কৰা বুলি নিশ্চিত হোৱাৰ দাবী কৰিছে৷ বাংলাদেশ মেডিকেল কলেজ…
Read More...