ভাৰতীয় মূলৰ মার্কিন বিজ্ঞানীক প্রশংসা ট্রাম্পৰ
নিয়মীয়া বাৰ্তা, ১৭ মেঃ আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতৰ সৈতে ক’ৰোনা প্রতিৰোধী দৰব আৰু প্রতিষেধক নির্মাণত একেলগে কাম কৰিছে৷ –এই মন্তব্য কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ তেওঁ কালি ভাৰতীয় মূলৰ মার্কিন বিজ্ঞানী আৰু গৱেষকসকলক মহান বুলি উল্লেখ কৰি তেওঁলোকে ক’ৰোনা ভাইৰাছৰ ভেকচিন উদ্ভাৱনৰ ক্ষেত্রত যথেষ্ট অৱদান আগবঢ়োৱা বুলি মন্তব্য কৰে৷ ‘আমি আশাবাদী এই…
Read More...