চলিত সপ্তাহত আমেৰিকাই কৰিব ১ কোটি ক’ৰোনাৰ টেষ্ট
নিয়মীয়া বাৰ্তা, ১৩ মে’ : ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণক লৈ চিন্তিত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ৷ বিশ্বৰ বিভিন্ন দেশসমূহৰ ভিতৰত আমেৰিকাতেই সর্বাধিক লোক আক্রান্ত আৰু মৃত্যু হৈছে ৷ ক’ৰোনাত আক্রান্ত লোকক সোনকালে চিনাক্ত কৰাৰ বাবে দেশখনে পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈ চলিত সপ্তাহতে ১০ কোটি টেষ্ট কৰাৰ পৰিকল্পনা কৰিছে ৷…
Read More...