তলাবন্ধত দুর্ভিক্ষৰ কবলত পৰিব আফ্রিকা
নিয়মীয়া বাৰ্তা, ৭ মে’ : ক’ৰোনা মহামাৰীয়ে মহাকালৰ আশংকা কঢ়িয়াই আনিছে আফ্রিকালৈ৷ আফ্রিকাৰ ২০খন দেশৰ দুই তৃতীয়াংশতকৈ অধিক লোকে আগন্তুক ১৪টা দিন ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিলে দুর্ভিক্ষৰ সন্মুখীন হ’ব লাগিব বুলি এক সমীক্ষাত প্রকাশ পাইছে৷
ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধী তলাবন্ধৰ ফলত দেশে দেশে ঘৰতে আবদ্ধ হৈ পৰিবলগীয়া হৈছে সাধাৰণ লোক৷ আফ্রিকাত শেহতীয়াকৈ…
Read More...