ইৰাকত পুনৰ সক্রিয় তিনি হাজাৰ জেহাদী
নিয়মীয়া বাৰ্তা, ৫ মেঃ বিশ্বজুৰি চলি থকা ক’ভিড–১৯ মহামাৰীৰ সংকটৰ সুযোগ গ্রহণ কৰিছে কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটে৷ শেহতীয়াকৈ কেইবাটাও চোৰাংচোৱা সংস্থাই ছিৰিয়া আৰু ইৰাকত ইছলামিক ষ্টেট অর্থাৎ আইছিছে নতুন ৰূপত মূৰ দাঙি উঠা বুলি ঘোষণা কৰিছে৷
চোৰাংচোৱাৰ তথ্য অনুসৰি, অকল ইৰাকতেই সক্রিয় হৈ আছে তিনি সহস্রাধিক আইছিছ জেহাদী৷ স্মর্তব্য যে যোৱা মাহত ৫০০…
Read More...