২৪ ঘণ্টাত ১,৪৭৫ ইউক্রেইনী সেনা জোৱান নিহত
🔹 ২৪ ঘণ্টাত ১,৪৭৫ ইউক্রেইনী সেনা জোৱান নিহত
🔹 ডনবাছত ভয়াৱহ আক্রমণ ৰাছিয়াৰ
নিউজ ডেস্ক, ২৯ মে’ : ইউক্রেইনত ভয়াৱহ অভিযান অব্যাহত ৰাখিছে ৰাছিয়াই৷ যুদ্ধবিৰতি আৰু শান্তি আলোচনাৰ বাবে আমেৰিকা তথা ইউৰোপীয় দেশসমূহে দুয়োখন দেশক আহ্বান জনাই থকা সময়তে ৰাছিয়াই ইউক্রেইনত আক্রমণৰ তীব্রতা বৃদ্ধি কৰিছে৷ যুদ্ধৰ ১১৮৮তম দিনত পূব ইউক্রেইনৰ ডনবাছত নতুন এক জনপদ দখল…
Read More...