সুৰাপান-ফাষ্ট ফুড খাই শৰীৰৰ ওজন ২২২ কেজি
🔹 চাইকেল চলাই ১২৪ কেজি কমালে মার্কিন যুৱকে
নিউজ ডেস্ক, ২৬ মে’ : বিশৃংখল জীৱন যাপন৷ অতি ভজন কাল হৈ পৰিছিল এজন যুৱকৰ৷ ফাষ্ট ফুডৰ প্রতি আছিল যুৱকজনৰ আসক্তি৷ ইয়াৰ ফলত শৰীৰৰ ওজন বৃদ্ধি পাই হয়গৈ ২২২ কিলোগ্রাম৷ চলা–ফুৰা, উঠা–বহা, প্রাত্যহিক কাম–কাজত প্রবল অসুবিধাৰ সন্মুখীন হৈছিল যুৱকজন৷ আনকি মৃত্যুৰ আশংকাও আহি পৰিছিল৷ ইয়াৰ পিছতেই যেন আহি পৰিল ৰহস্যজনক…
Read More...