এপ’লৰ পিছত ছেমছাঙক ভাবুকি ট্রাম্পৰ
🔹 এপ’লৰ পিছত ছেমছাঙক ভাবুকি ট্রাম্পৰ
🔹 উৎপাদন কৰিব নোৱাৰিব ভাৰতসহ অন্য দেশত
নিউজ ডেস্ক, ২৫ মে’ : দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱা ড’নাল্ড ট্রাম্পৰ নীতি আৰু সিদ্ধান্তই বিশ্বৰ দেশসমূহক বিমোৰত পেলাইছে৷ পাৰস্পৰিক শুল্ক নীতি বৃদ্ধিৰে বিশ্বৰ দেশসমূহক অস্বস্তিত পেলাই পিছলৈ চীনক বাদে সকলো দেশক ৯০ দিনৰ বাবে নতুন শুল্ক…
Read More...