আৰক্ষীৰ সন্মুখতেই বিজেপি বিধায়কক চৰ অধিবক্তাৰ
🔹 সমবায় বেংকৰ নির্বাচনত মতানৈক্য
বিশেষ বাৰ্তা, ৯ অক্টোবৰ : আৰক্ষীৰ সন্মুখতে বিজেপি বিধায়কক প্রচণ্ড চৰ শোধোৱা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে উত্তৰ প্রদেশৰ লখিমপুৰত৷ ঘটনাৰ সূত্রপাত সমবায় বেংকৰ নির্বাচনক কেন্দ্র কৰি৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, সমবায় বেংকৰ নির্বাচনক লৈ বাৰ কাউন্সিলৰ সদস্য অৱধেশ সিং আৰু বিধায়ক যোগেশ বার্মাৰ মাজত বাদানুবাদ সৃষ্টি…
Read More...