জনসভাতে অসুস্থ হৈ পৰিল কংগ্রেছ সভাপতি খাৰ্গে
🔹 কাশ্মীৰত নির্বাচনী প্রচাৰ
নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : জনসভাত ভাষণ দি থকা সময়তে অসুস্থ হৈ পৰিল কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গে৷ জম্মু-কাশ্মীৰৰ অন্তিম পর্যায়ৰ নির্বাচনৰ প্রচাৰত অংশ লৈছিল খার্গেই৷ কাঠুৱাৰ এখন জনসভাত ভাষণ দি আছিল কংগ্রেছ সভাপতিগৰাকীয়ে৷ হঠাতে অস্বস্তি বোধ কৰে কংগ্রেছ সভাপতিগৰাকীয়ে৷ তাৎক্ষণিকভাৱে চিকিৎসকক মাতি অনা হয়৷ ছ’চিয়েল…
Read More...