আধাৰ কার্ডত নাথাকিব নাম–ঠিকনা-জন্মৰ তাৰিখ, নতুন mAdhar এপ প্রৱর্তন কেন্দ্রীয় চৰকাৰৰ
নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : এইবাৰ আমূল পৰিৱর্তন হ’ব আধাৰ কার্ডৰ৷ নতুন আধাৰ এপ প্রৱর্তনৰ পিছতে UIDAI-এ এইবাৰ আধাৰ কার্ডৰ সালসলনি কৰাৰ কথা চিন্তা কৰিছে৷ জানিব পৰা মতে, নতুনকৈ প্রৱর্তন কৰিবলগীয়া আধাৰ কার্ডত নাম, ঠিকনা, জন্ম তাৰিখ আৰু ১২ সংখ্যাৰ আধাৰ নম্বৰসহ সকলো ব্যক্তিগত তথ্য এৰুৱাই পেলোৱা হ’ব৷ লগতে আধাৰ কার্ডৰ ছবিখনেই হ’ব ব্যক্তিগৰাকীৰ পৰিচয়–পত্র…
Read More...