ৰে’ল লাইনত ৰীলছ বনাবলৈ গৈ শিশু পুত্রসহ স্বামী-স্ত্ৰীৰ প্রাণহানি
বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : প্রাণতকৈও ছেলফিৰ মূল্য বেছি! ৰীলৰ ক্ষেত্রতো একেই কথা ক'ব পৰা যায়৷ বিখ্যাত হোৱাৰ অদম্য বাসনা, সহজ উপায়েৰে ধন উপার্জন কৰিবলৈ গৈ সদায় বিপদৰ সন্মুখীন হৈ আহিছে মানুহ৷ সমগ্র দেশত একেই অৱস্থা৷ এইবাৰ ঘটনাটো ঘটিছে উত্তৰ প্রদেশত৷ ৰীলছ বনাবলৈ গৈ ৰে’লৰ খুন্দাত মৃত্যু হৈছে একেটা পৰিয়ালৰ তিনি সদস্যৰ৷ নিহত হৈছে স্বামী, পত্নী আৰু…
Read More...