ৰিজার্ভ বেংকৰ বৃহৎ সিদ্ধান্ত, এটিএমত উপলব্ধ হ’ব খুচুৰা নোট
নিউজ ডেস্ক, ২৯ জানুৱাৰী : খুচুৰা ধনৰ সমস্যা সমাধানৰ বাবে বৃহৎ সিদ্ধান্ত গ্রহণ কৰিছে ৰিজার্ভ বেংকে৷ দেশত নগদ ধনৰ অধিকাংশই ৫০০ টকীয়া নোট হোৱাত খুচুৰাক লৈ গ্রাহকসকল ভীষণ সমস্যাৰ সন্মুখীন হয়৷ ইউপিআইৰ উত্থানৰ সন্মুখতো খুচুৰাৰ অভাৱত বহু ক্রেতা-বিক্রেতা সমস্যাৰ সন্মুখীন হৈ আহিছে৷
ইয়াৰ ভিত্তিত আৰবিআই-এ এবিধ বিশেষ এটিএমৰ কথা চিন্তা কৰিছে৷ ক্ষুদ্র মূল্যৰ…
Read More...