ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো খেলত স্বৰ্ণ পদক তিনিচুকীয়াৰ ভৱানীৰ
🔹 মৰাণক ৰে’ল ষ্টেচনৰ পৰা উষ্ম আদৰণি দল-সংগঠনৰ
বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : জুডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত মহাৰাষ্ট্ৰ জুডো এছ'চিয়েছন এণ্ড ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছৰ উদ্যোগত ১৯ আৰু ২০ জানুৱাৰীত মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ছাব জুনিয়ৰ এণ্ড কেডেটছ নেচনেল জুডো চেম্পিয়নশ্বিপ ২০২৪-২৫ত তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱৰ ভৱানী মৰাণে অসমৰ হৈ…
Read More...