একে কোবে প্ৰায় হাজাৰ টকা বৃদ্ধি পালে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দাম
ডিজিটেল ডেস্ক, ১ মে' : বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ১ মে’ৰ পৰা প্ৰতিটো চিলিণ্ডাৰত ৯৩৩ টকাকৈ বৃদ্ধি কৰা হৈছে। এইটো এটা মাহৰ ভিতৰত দ্বিতীয়বাৰ দাম বৃদ্ধি।
মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত বিশ্ববজাৰত ক্ৰুড অইলৰ দাম তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলতেই এই মূল্যবৃদ্ধি হোৱা বুলি জনা গৈছে। ইয়াৰ আগতে এপ্ৰিলৰ ১ তাৰিখে প্ৰতিটো চিলিণ্ডাৰত ১৯৫.৫ টকা বৃদ্ধি…
Read More...