কেন্দ্রৰ ১০ কোটি ৰাজসাহায্য লোৱা নাছিল ৰিণিকি ভূঞা শর্মাই
🔹 মিছা অভিযোগ তুলি আদালতত মুখথেকেচা গৌৰৱ গগৈৰ
🔹 অপবাদ উত্থাপন–প্রকাশ–প্রচাৰ নকৰিবলৈ সাংসদ গগৈক নির্দেশ
বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি আদালতত মুখথেকেচা খালে কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে৷ কামৰূপ (মহানগৰ) জিলাৰ দেৱানী ন্যায়াধীশৰ…
Read More...