নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ৰাষ্ট্ৰীয়

পশ্চিমবংগৰ এগৰাকী প্ৰাৰ্থীৰ সম্পত্তি বাঢ়িল ২,৩৪৪ শতাংশ

পশ্চিম বংগৰ জংগিপুৰ আসনৰ পৰা জাকিৰ হুছেইনে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত নিজৰ সম্পত্তি ৬৭ কোটি টকা বুলি ঘোষণা কৰিছিল। এতিয়া পাঁচ বছৰ পিছত, ২০২৬ চনৰ নিৰ্বাচনী শপতনামাত তেওঁ ১৩৩ কোটিতকৈ অধিক সম্পত্তিৰ উল্লেখ কৰিছে। পাঁচ বছৰত তেওঁৰ সম্পত্তি প্ৰায় দুগুণ বৃদ্ধি পাইছে আৰু ইয়াৰ সৈতে তেওঁ ২০২৬ চনৰ অন্যতম ধনী প্ৰাৰ্থীৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। সম্পত্তি…
Read More...

দ্বৈত নাগৰিকত্ব : ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰাৰ নির্দেশ এলাহাবাদ হাইক’ৰ্টৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : কেৱল ভাৰততে নহয়, ব্রিটেইনৰো নাগৰিক বুলি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠা…

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ অগপৰ জ্যেষ্ঠ নেতাৰ

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : শুকুৰবাৰে নতুন দিল্লীত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভাৰতীয় জনতা…

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ড০ হিমন্ত বিশ্ব শৰ্মা

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা কিছু মন্তব্যক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত…

টেংকাৰৰ সৈতে তীৰ্থযাত্ৰী কঢ়িওৱা বাহনৰ মুখামুখি সংঘৰ্ষ, ৮জনৰ মৃত্যু

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত এখন টেংকাৰৰ সৈতে তীৰ্থযাত্ৰী কঢ়িওৱা বাহনৰ মুখামুখি সংঘৰ্ষত ৮জন…

মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

ডিজিটেল ডেস্ক, ১২ এপ্ৰিল : ভাৰতীয় সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে আৰু নাই। দেওবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি…

মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলে

ডিজিটেল ডেস্ক, ১২ এপ্ৰিল : ভাৰতীয় সংগীত জগতৰ বাবে এক উদ্বেগজনক খবৰ। কণ্ঠশিল্পী আশা ভোছলেক শনিবাৰে মুম্বাইৰ ব্ৰীচ…