১৫ মে’ত সংশোধিত ৱাকফ আইনৰ গোচৰৰ শুনানি
নিউজ ডেস্ক, ৬ মে’ : বহুচর্চিত ৱাকফ সংশোধনী আইনক লৈ গোচৰৰ শুনানি ১৫ মে’লৈ পিছুৱালে উচ্চতম ন্যায়ালয়ে৷ ১৩ মে’ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই অৱসৰ গ্রহণ কৰাৰ পাছত ১৫ মে’ত নতুন মুখ্য ন্যায়াধীশ বি আৰ গাভাই নেতৃত্বাধীন বিচাৰপীঠে এই গোচৰৰ শুনানি ল’ব৷ ১৪ মে’ত দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্রহণ কৰিয়েই বি আৰ গাভায়ে পৰৱর্তী দিনা…
Read More...