সংসদ ভৱন প্ৰাংগণত প্ৰধানমন্ত্ৰী-বিৰোধী দলপতিৰ সংক্ষিপ্ত বাৰ্তালাপ
সংসদ ভৱন প্ৰাংগণত শনিবাৰে (১১ এপ্ৰিল) কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকস্মিকভাৱে মুখামুখি হয় আৰু কিছু সময় কথা-বতৰা কৰা দেখা যায়। এই সাক্ষাৎ মাত্ৰ এটা সাধাৰণ মিলন নহয়, বৰং ৰাজনৈতিক পৰিৱেশৰ এক ভিন্ন ছবি হিচাপেও পৰিগণিত হৈছে। ৰাজহুৱা মঞ্চত তীব্ৰ বাক-বিতণ্ডাৰ মাজতো ব্যক্তিগতভাৱে সংলাপৰ এক মুহূৰ্ত…
Read More...