জনসংখ্যা নিয়ন্ত্রণত গুৰুত্ব দিয়া নাই ভাৰতে
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ আগষ্টঃ দেশত বৃদ্ধি হৈ থকা জনসংখ্যা উন্নতিৰ পথত অন্যতম বৃহৎ প্রত্যাহ্বান৷ অথচ জৰুৰী অৱস্থাৰ পাছত জনসংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বই দিয়া হোৱা নাই৷ শেহতীয়াকৈ উত্তৰ প্রদেশৰ প্রয়াগৰাজত এক অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত এই কথা জনালে ইনফ’ছিছৰ মুৰব্বী নাৰায়ণ মূর্তিয়ে৷ নাৰায়ণ মূর্তিয়ে দাবী কৰে যে এই সমস্যাই ভৱিষ্যতে বাসস্থান আৰু…
Read More...