পাইলটে ইচ্ছাকৃতভাৱে ইন্ধনৰ ছুইচ বন্ধ কৰাৰ ফলতে আহমেদাবাদৰ ভয়ংকৰ বিমান দুর্ঘটনা
🔹 ইটালীৰ দৈনিক কাকত ‘কোৰিৱেৰ ডেলা ছেৰা’ৰ বিস্ফোৰক দাবী
নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : যোৱা বছৰ জুন মাহত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যিখন বিমান ভাঙি পৰিছিল সেয়া কোনো দুর্ঘটনা নাছিল৷ ইচ্ছাকৃতভাৱে বিমানৰ ইন্ধনৰ ছুইচ বন্ধ কৰি দিছিল পাইলটে৷ ইটালীৰ দৈনিক কাকত ‘কোৰিৱেৰ ডেলা ছেৰা’ৰ এক প্রতিবেদনত এই বিস্ফোৰক দাবী কৰা হৈছে৷ এই পর্যন্ত উৰণ নিয়ন্ত্রক সংস্থা…
Read More...